এঞ্জেল অনামিকা - An Assamese Poem

সেমেকা আবেলি...
চিফুঙত বহি মৌমৌ খাই থাকোতেই......
কাষেৰে মৰম লগা ছোৱালী জনী পাৰ হৈ গল..
আৰেহ্ এইজনীয়েইতো সেইজনী..
ফেচবুকৰ চালিয়া ছোৱালীজনী..
যাক মই ভালপাইছিলো..
এঞ্জেল অনামিকা,,এটা ভাললগা স্মৃতি..
মনৰ এলবামত সযতনে থোৱা এখন ছবি..
বৈৰাগীমঠৰ আৱেলি আড্ডাত..
কোনে জানো কৈছিল..
GVA'ৰ এঞ্জেল অনামিকাক চিনি পাৱ নি..!!!
বৰহিয়া মাল..
হোষ্ঠেল আহি লগালগ search মাৰিলো...
request এটা পঠিয়াই পঢ়িব বহোতেই...
কেমিষ্টিৰ নমেনক্লেচাৰত মনেই নবহিল...
বায়লজিৰ cell theoryএকো মনত নোসোমাল...
mathsr problem solve কৰোতে...
মনত এটায়ে মথো গুজৰি গুমৰি থাকিল...
''এঞ্জেল অনামিকা''...
এদিন accept কৰিলা মোৰ request...
hi..hlwতেই আৰম্ভ হোৱা..
convo...
কেতিয়ানো like u..miss uলে ৰূপান্তৰ হল...
গমকে নাপালো...
নুবুজিলা সচায়ে তোমাক মই কিমান like কৰিছিলো..
মনত সাহস গোটাই...
আজিৰ দৰেই তাহানিৰ সেমেকা আৱেলিত...
কৈছিলো তোমাক..''i lub u''
reply:sorry i dont lub u..we r gud frndz..
হাহাহা...
তাৰপাছতেই...
তোমাৰ ব্লক লিষ্টৰ মেমবাৰ বাহিল..
মোৰ ফ্ৰেন্দলিষ্টৰ এজনি কমিল...
সচায়ে বুকুসুদা কৰি গলাগই তুমি..
সেই সেমেকা আৱেলি...
তথাপিও চোৱা পাহৰা নাই তোমাক...

অনচুমি প্ৰিয়ম...

First