তুমি এৰি যোৱা দিনৰে পৰা....
মই নিৰরতাৰ বুকুত বিলীন হলো....
জাহ গল ইচছা,,আকাংশা..
সপোন বোৰ কলিতেই মৰহিল...
পোষা নেমেলাকৈয়ে....
মই নিৰরতাৰ বুকুত বিলীন হলো....
জাহ গল ইচছা,,আকাংশা..
সপোন বোৰ কলিতেই মৰহিল...
পোষা নেমেলাকৈয়ে....
মেঘমল়লাৰ আখৰাত মন নবহে...
বৰষুণ ভাল নালাগে...
তুমি দিয়া সেউজ পৃথিৱীখন আজি...
মৰূভূমিৰ দৰে নিৰস,,সুকান...
আৰু তুমি মৰিচিকা...
বৰষুণ ভাল নালাগে...
তুমি দিয়া সেউজ পৃথিৱীখন আজি...
মৰূভূমিৰ দৰে নিৰস,,সুকান...
আৰু তুমি মৰিচিকা...
চকুলোৰ মালাধাৰি...
উচুপনিৰ ৰূপ লয়...
মোৰ হৃদয়ে মাতে...
মেটমৰা এলানী বিৰহত...
বুকুখন বিষাই...
তুমি নাজানা...
আকোলতা...
নুবুজা বিয়থৃতা...
উচুপনিৰ ৰূপ লয়...
মোৰ হৃদয়ে মাতে...
মেটমৰা এলানী বিৰহত...
বুকুখন বিষাই...
তুমি নাজানা...
আকোলতা...
নুবুজা বিয়থৃতা...
সময়ে সকলো শিকাব তোমাকো...
এদিন আহিবা বিচাৰি মোক...
নাপাবা...
পলম হব....
দূৰৰ পৰাই চাই ৰম তোমালৈ...
আজিৰ দৰেই..
একেই হেপাহত...
_অনচুমি
এদিন আহিবা বিচাৰি মোক...
নাপাবা...
পলম হব....
দূৰৰ পৰাই চাই ৰম তোমালৈ...
আজিৰ দৰেই..
একেই হেপাহত...
_অনচুমি

EmoticonEmoticon