এৰা বাট - An Assamese Poem



স্মৃতি আজি ধূসৰ...
এৰাবাটৰ বাঁহীৰ সুৰত...
যন্তণাত কাতৰ হৃদয়...
বিষাদৰ সন্ধিয়াত...
সৰি পৰে কেৱল চকুলো....



_অনচুমি
Previous
Next Post »