শুনিছো তুমি আজি এটা অপৰাধী..
তথাপি তাত তোমাৰ কি দোষ..?
গোলাপৰ পাহিৰ দৰে তোমাৰ..
অন্তৰৰ পবিত্ৰতা..
জোনাকী পৰুৱাৰ দৰে তোমাৰমূখৰ..
মূখৰ উজ্বলতা...
তথাপি....
তুমি আজি এটা অপৰাধী...
নিৰীহ প্ৰাণৰ হত্যাকাৰী...
ধবংসকাৰী...
হই জানো..!!তুমি এটা অপৰাধী..?
নিজকে প্ৰশ্ন কৰো মই..
সন্ধানহীন জীৱনৰ ধিকমিক পোহৰত..
পামনে তোমাৰ ঠিকনা..
সততাৰে যিজনক বিশ্বাস কৰি..
আকোৱালি ললো...
তেৱেই আজি মোক বিশ্বাসঘাতকতা কৰিলে...
সেয়ে মোৰ জীৱনত...
এষাৰ কথাৰে...
বিশ্বাসঘাতকতাক ভালপাওঁ মই...
--মাইনু গগৈ

EmoticonEmoticon