শৈশৱ - An Assamese Poem


শৈশৱ এজাক বৰষুণ...
মোৰ সুৰৰ এটা মিঠা সপোন...
আজি যে তই মোৰ কাষত নাই...
গুচি গলি কলা ডাৱৰৰ ফাঁকেৰে বিলীন হই...
নদীৰ সুঁতত কোনোবা...
অচিন ঘাটলৈ...
তোৰ স্মৃতিত জিৰাব খোজো মই...
হিয়া সাত পৰা ফাগুণৰ বতাহজাকতো তই.....

মাইনু গগৈ
Previous
Next Post »