ভয়াল ৰাতি...
সিমূৰৰ নৈখনত মই বাঁহী বজোৱা শুনো...
সেই হিয়া হাত পৰা সুৰৰ পিনে কাণ পাতি ৰওঁ...
অচিন চিনাকী কোনো নাৱৰীয়াৰ কৰুণ সুৰে...
মোৰ হিয়া উপচাই...
সমীন্তৰৰ বতাহ জাকে গভীৰ কৰে মোৰ দুখ...
হিম আৰু বতাহৰ এক হাড় কপোৱা ৰাতি..
তথাপি ভাহি আহে সেই সুৰ...
মোৰ উৰুখা পঁজালৈ...
বাধাৰ প্ৰাচীৰ ভাঙি....
সিমূৰৰ নৈখনত মই বাঁহী বজোৱা শুনো...
সেই হিয়া হাত পৰা সুৰৰ পিনে কাণ পাতি ৰওঁ...
অচিন চিনাকী কোনো নাৱৰীয়াৰ কৰুণ সুৰে...
মোৰ হিয়া উপচাই...
সমীন্তৰৰ বতাহ জাকে গভীৰ কৰে মোৰ দুখ...
হিম আৰু বতাহৰ এক হাড় কপোৱা ৰাতি..
তথাপি ভাহি আহে সেই সুৰ...
মোৰ উৰুখা পঁজালৈ...
বাধাৰ প্ৰাচীৰ ভাঙি....
-ৰিচিৰাজ গগৈ...

EmoticonEmoticon