তোমালৈ বুলি - An Assamese Poem



নিৰ্জন সুবাসৰ  এক আলোকৰ যাত্ৰা...
পলাশ সনা দুচকু তোমাৰ...
ভাহি আহে আকোলতাৰ নিশ্বাস...
নিয়ৰৰ কণাত তোমাৰ সেই বিয়াকোলতা...
সূৰ্য্যৰ কিৰণত তোমাৰ কপালৰ উজ্জ্বলতা...
ওঁঠৰ ভাষাত তোমাৰ হিয়া ভৰা উচ্চাশ...
তুমি যেন নিৰ্জন সুবাসৰ...
এক আলোকৰ যাত্ৰা...



--- মাইনো গগৈ ।
Previous
Next Post »