চুটি চুটি উশাহেৰে বুকু ভৰে কি নভৰে....
মনলৈ বিষাদ নামি আহে প্ৰিয়া....
কেনেবাকৈ যদি তোমাক বিদায় জনাবলগীয়া হয়...
বিদায় জনাবতো নোৱাৰো তোমাক প্ৰিয়া...
এতিয়া তোমাৰ বুকুখন মোক দিয়া...
মোৰ বুকুখন তুমি লোৱা...
উৰুঙা উৰুঙা লগা দিনত তাৰে চকুলো মুচিম...
চকুৰ গভীৰতাত আনে বিচাৰি নোপোৱাকৈ....
মৌন ওঠৰ শব্দ প্ৰতিশব্দ...
কলিজাৰ কপনি..তোমাৰ নিভাজ হাঁহিটি...
অথ্ তুমি প্ৰিয়া...
তুমি মোৰ জীৱনৰ অথ্...
মনলৈ বিষাদ নামি আহে প্ৰিয়া....
কেনেবাকৈ যদি তোমাক বিদায় জনাবলগীয়া হয়...
বিদায় জনাবতো নোৱাৰো তোমাক প্ৰিয়া...
এতিয়া তোমাৰ বুকুখন মোক দিয়া...
মোৰ বুকুখন তুমি লোৱা...
উৰুঙা উৰুঙা লগা দিনত তাৰে চকুলো মুচিম...
চকুৰ গভীৰতাত আনে বিচাৰি নোপোৱাকৈ....
মৌন ওঠৰ শব্দ প্ৰতিশব্দ...
কলিজাৰ কপনি..তোমাৰ নিভাজ হাঁহিটি...
অথ্ তুমি প্ৰিয়া...
তুমি মোৰ জীৱনৰ অথ্...
মাইনু গগৈ...

EmoticonEmoticon