প্লে গাল...(An Assamese Poem)


চুটি চুটি স্কাট পিন্ধি...হট পেন্ট পিন্ধি...
চুলি হাইলাইট কৰি..
কেতিয়াবা কাল কৰি,,কেতিয়াবা ইচট্ৰেইত কৰি...
lakme..avon..যত যিমান আছে..
মূখত লেপি..
dslr কেমেৰাত বন্দী হৈ..ফটো upload দিও....
মন গলে selfie দিও...
চবেই প্লে গাল কয় মোক...
chance বিচাৰো..চেনী খাবলৈ...
use কৰিবলৈ...
তাহাতৰ বা কি দোষ...
নাজানে মোৰো যে এদিন হৃদয় আছিল...
এতিয়া সেইখন...ভাঙি চিঙি চূৰমাৰ...
ভাৱে মই অনুভূতিহীন...
হাহাহা...
অনুভৱৰ স্বৰ আজিও মোৰ বুকুৰ এচুকত....
বেপেৰোৱাকৈ চাৱনি মৰাতকৈ...
এবাৰ চা মোৰ দুচকোলৈ...
দেখিবি...দুচকুৰ গভীৰতাত আজিও..
ঘৃণাৰ জুই জ্বলি আছে...দ্পদ্পকৈ...
এয়া তাৰে প্ৰতিক্ৰিয়া...
হৃদয়হীন আজি মই...
প্লে গাল...
-অনচুমি প্ৰিয়ম
Previous
Next Post »