বিষাদ জীৱন..নিঠৰ মন...
তুমি অবিহনে...
কোনো অস্তিত্ব নাই যেন...
এই শৰীৰৰ...
প্ৰাণৰ পৰশ তুমি...
জীয়াই থকাৰ তাড়না তুমি..
মৰম ভালপোৱা..
প্ৰেম ভালপোৱাৰ কামনাৰত মই...
সৃষ্টিৰ নতুনত্ব নাই...
তুমি তুমিতেই লুকাই আছে...
সৃষ্টিৰ অপূব্ সমিধান..
উত্তৰৰ পাতনিত তোমাৰ নাম...
আহাছোন...
সৃষ্টিৰ নতুন বীজৰ সন্ধানত...
কৃষ্টিৰ শ্ৰেষ্ঠত নতুন বীজ...
হোৱা নাই অংকুৰিত...
অপেশাৰত তোমাৰ পৰশৰ...
বাদল মেঘৰ সবিনয়ত...
মৰুদ্যান পুনৰ সপুস্পিত...
সুঘ্ৰাণৰ কামনাত...
আহ্বান তোমাক...
আগমনৰ অপেশাত..
মই আৰু মোৰ মৰুদ্যান...
জীপাল হৃদয়ত জিলিকিছে..
কম্পমান তোমাৰ প্ৰতিচ্ছবি...
স্বচ্ছতাৰ সন্ধান...
তুষ্ট মন...তুষ্ট শৰীৰ...
কিন্ত অনাকাংশিত নতুনত্বৰ আশেপ..
এটি মিঠা শিহৰণ..যেন অনুভৱ...
তুমি অবিহনে...
কোনো অস্তিত্ব নাই যেন...
এই শৰীৰৰ...
প্ৰাণৰ পৰশ তুমি...
জীয়াই থকাৰ তাড়না তুমি..
মৰম ভালপোৱা..
প্ৰেম ভালপোৱাৰ কামনাৰত মই...
সৃষ্টিৰ নতুনত্ব নাই...
তুমি তুমিতেই লুকাই আছে...
সৃষ্টিৰ অপূব্ সমিধান..
উত্তৰৰ পাতনিত তোমাৰ নাম...
আহাছোন...
সৃষ্টিৰ নতুন বীজৰ সন্ধানত...
কৃষ্টিৰ শ্ৰেষ্ঠত নতুন বীজ...
হোৱা নাই অংকুৰিত...
অপেশাৰত তোমাৰ পৰশৰ...
বাদল মেঘৰ সবিনয়ত...
মৰুদ্যান পুনৰ সপুস্পিত...
সুঘ্ৰাণৰ কামনাত...
আহ্বান তোমাক...
আগমনৰ অপেশাত..
মই আৰু মোৰ মৰুদ্যান...
জীপাল হৃদয়ত জিলিকিছে..
কম্পমান তোমাৰ প্ৰতিচ্ছবি...
স্বচ্ছতাৰ সন্ধান...
তুষ্ট মন...তুষ্ট শৰীৰ...
কিন্ত অনাকাংশিত নতুনত্বৰ আশেপ..
এটি মিঠা শিহৰণ..যেন অনুভৱ...
-অভিষেক বড়া

EmoticonEmoticon