বিদায়...(An Assamese Poem)

নৈপৰীয়া গাওঁখনত...চিকমিকাইছে...
ৰান্ধনি বেলিৰ পোহৰ...
বসন্তৰ বতাহজাকে জোকাৰিছে...
বৰফ বগাফুলবোৰ...
দুয়ো দুয়োৰ পৰা লইছিলো শেষ বিদায়...
তুমি নই খনৰ ভটিয়নী সোতত...
উটি গৈ আছা...
পলকতে সন্ধিয়া কিয় হল...
নে কুঁৱলী..?
তুমি গৈ কোনোবা দূৰণি পালাগৈ...
নাৱখনত দেখা পাও তোমাক...
ৰিণিকি ৰিণিকি...

-ৰিচিৰাজ গগৈ...

Previous
Next Post »