বাধ্ক্য....

চৈ দিয়া নাও খনে...এৰাসুতি দি  ভটিয়াই...
পশ্চিম আকাশৰ অস্তমিত সূৰুযৰ কাষ চাপিছে...
বিয়লি বেলাৰ যন্তনা...
অতীতৰ নষ্টালজিয়া...
প্ৰিয়তমৰ শেষ হাহি মনত অগাদেৱা..
স্মৃতি আজি লগৰী...
সকলোৰে বোজা মই...
পুতৌৰ পাত্ৰ..বাটৰ কচু...
কংকাল দেহা..আজি অৱহেলাত...
জীণ শীণ...
মাথো কামনা মৃত্যুৰ...

অনচুমি প্ৰিয়ম

Previous
Next Post »