ফুটপাথ...

বিস্তীণ্ আৱেলি...
পশ্চিমত অস্তমিত সূৰুয...
ওভতনি পখীৰ কাকলি...
প্ৰকৃতিক ঢুকি নোপোৱা...
কংক্ৰিৰ মহানগৰীত...
ব্যস্ত ফুটপাথ...

Previous
Next Post »