সময় সলনি হল..
অস্তিত্বহীনতাৰ বান্ধোনৰ পৰা...
সি মুক্ত..
সলনি হল আজিৰ দিন...
স্মৃতিবোৰেতো আৰু জীৱন নগঢ়ে..
তাৰ বাবে এয়া দিঠক নহয়...
তথাপিও সপোনত আজিও...
পিয়াপি দি ফুৰে...
স্মৃতি হবলৈ যোৱা হাহিবোৰ...
কিন্ত এতিয়া সি মুক্ত...
আজি সি সলনি হল...
আকাশ বৰগোহাঁই
EmoticonEmoticon